আমাৰ গুৰুজনা শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা চৰিত হৰিনাম-দিহানাম বোৰ আজি বিলুপ্তৰ পথত । এই ডিজিটেল যুগত আমিবোৰ পুথি চৰ্চাৰ পৰা বহু নিলগত আছো । সেয়েহে মোৰ এইয়া সামান্য প্ৰয়াস, যাতে এই ৱেবছাইটৰ জৰিয়তে আমাৰ সমাজৰ হৰিনাম-দিহানাম সমূহ সঞ্চয় কৰি ৰাখিব পাৰো । তাৰবাবে আপোনালোকৰ সহায় আৰু আশীৰ্বাদৰ অত্যন্ত প্ৰয়োজন । আশা কৰিছো আপোনালোকে সাদৰৰে আকোৱালি লৈ মোক অলপ হলেও অনুপ্ৰেৰণা যোগায় ।